native speakerNatmallar

Native State (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-09-29
1. Political Science(Abstract Noun) States or administrative regions in British India with local ruler or king with honorary titles like Maharaja, Raja, Maharana, Rana, Nizam, Badshah and other such titles meaning king or ruler in different Indian languages. These rulers were subjected to the British Empire. বৃটিছসকলে ভাৰতবৰ্যৰ সকলো অংশ পোনপটীয়াকৈ শাসন কৰা নাছিল৷ কিছু কিছু অঞ্চলক সামান্য সাৰ্বভৌমত্য প্ৰদান কৰি স্থানীয় ৰজা, মহাৰজা, নিজাম আদিৰ দ্বাৰা চলাইছিল, এনেবোৰ ৰাজ্য দেশীয় ৰাজ্য বুলি জনা গৈছিল৷ উদাহৰণ- জম্মু-কাশ্মীৰ৷ ৪৭ৰ স্বাধীনতাৰ সময়ত এনেবোৰ ৰাজ্য ভাৰত বা পাকিস্তানৰ ভিতৰুৱা নাছিল৷